NHM নিযুক্তি ২০২৫ – ১১৩৮ টা ANM পদ মুকলি, অনলাইন আৱেদন কৰিব পাৰিব। - Assam Job Update

Assamjobsupdate.All govt and private jobs Results, Admit, Scholarship, results, Answers key,gk will be updated in this site.

Sunday, July 27, 2025

NHM নিযুক্তি ২০২৫ – ১১৩৮ টা ANM পদ মুকলি, অনলাইন আৱেদন কৰিব পাৰিব।

NHM নিযুক্তি ২০২৫ – ১১৩৮ টা ANM পদ মুকলি, অনলাইন আৱেদন কৰিব পাৰিব।

NHM Recruitment 2025


National Health Mission (NHM), Assam.

Last Date: 31/07/2025


ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM), অসমৰ অন্তৰ্গত ১১৩৮টা ANM পদত Contractual ভিত্তিত নিয়োজিত হোৱাৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব।


✅NHM Recruitment Post Details 


পদৰ নাম: ANM 


পদৰ সংখ্যা: ১১৩৮টা পদ


শ্ৰেণী অনুসৰি খালী পদ:


# UR: ৭৭৯

# STP: ৬

# STH: ১১৬

# SC: ৮১

OBC/MOBC:-0

# Tea Tribes ১৫৬ জন


শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাঃ প্ৰাৰ্থীসকলে যিকোনো নাৰ্চিং স্কুল / স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ANM নাৰ্চিং পাঠ্যক্ৰমত উত্তীৰ্ণ হ’ব লাগিব আৰু “Midwives’ and Health Visitors’ পৰিষদ”ৰ অধীনত পঞ্জীয়নভুক্ত হ’ব লাগিব।


বয়সৰ সীমা: প্ৰাৰ্থীৰ বয়স ০১ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ৪০ বছৰ পৰ্যন্ত হ'ব লাগিব।


✅বয়সৰ শিথিলতা:


# অনুসূচিত জাতি: ৫ বছৰ

# OBC: ৩ বছৰ

# PWD: ১০ বছৰ


দৰমহাঃ ১৮,০০০/- টকা।


আবেদন মাচুল: কোনো মাচুল দিব নালাগে ৷


NHM Recruitment ৰ বাবে কেনেকৈ আৱেদন কৰিব ?


ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে NHM অসমৰ চৰকাৰী ৱেবছাইট https://nhm.assam.gov.in ত গৈ অনলাইন মোডৰ জৰিয়তে আবেদন কৰিব পাৰিব।


NHM অসম নিযুক্তি ২০২৫ৰ গুৰুত্বপূৰ্ণ তাৰিখ


# অনলাইন আৱেদন দাখিলৰ আৰম্ভণিৰ তাৰিখঃ ১৫ জুলাই ২০২৫

# অনলাইন আৱেদন দাখিলৰ অন্তিম তাৰিখঃ ৩১ জুলাই ২০২৫


গুৰুত্বপূৰ্ণ লিংক 


 Application Online Form:- Click here 


Official Advertisement:- Click here 


Official website:- Click here