IB Security Assistant নিযুক্তি ২০২৫ – ৪৯৮৭ টা খালী পদৰ বাবে অনলাইন আৱেদন চলি আছে।
IB Security Assistant
শেষ তাৰিখ:-১৭/০৮/২০২৫
ভাৰত চৰকাৰৰ চোৰাংচোৱা ব্যুৰো, (গৃহ মন্ত্ৰালয়), ৪৯৮৭ টা নিৰাপত্তা সহায়ক/ কাৰ্যবাহী (SA/ Exe) পদত নিযুক্তিৰ বাবে চোৰাংচোৱা ব্যুৰো (আই বি)ৰ নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইনযোগে আৱেদন কৰিব পাৰিব।
✅IB নিৰাপত্তা সহায়ক Post Details
পদৰ নাম: নিৰাপত্তা সহায়ক/ কাৰ্যবাহী (SA/ Exe)
পদৰ সংখ্যা: ৪৯৮৭ টা পদ
পদৰ সংখ্যা:- অসম, গুৱাহাটী SIB: ১২৪ টা পদ
শ্ৰেণী অনুসৰি খালী পদ:
# ইউ আৰ: ২৪৭১
# অবিচি: ১০১৫
# অনুসূচিত জাতি: ৫৭৪
# এছ টি: ৪২৬
# ই ডব্লিউ এছ: ৫০১
Name of Organisations: ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চোৰাংচোৱা ব্যুৰো
Classification of Service: সাধাৰণ কেন্দ্ৰীয় সেৱা, গ্ৰুপ ‘চি’ (অ-গেজেটেড, অ-মন্ত্ৰালয়)
দৰমহাঃ ₹ ২১,৭০০ৰ পৰা ₹ ৬৯,১০০ টকা।
✅বয়সৰ সীমা:-
নূন্যতম:-১৮ বছৰ
সৰ্বোচ্চ:-২৭ বছৰ
✅বয়সৰ শিথিলতা
# অনুসূচিত জাতি: ৫ বছৰ
# OBC: ৩ বছৰ
শিক্ষাগত অৰ্হতাঃ পৰীক্ষাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা মেট্ৰিক (দশম) বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।
Domicile Certificate: আবেদনকাৰীয়ে তেওঁলোকে আবেদন কৰা ৰাজ্যখনৰ বাবে বৈধ বাসস্থানৰ প্ৰমাণ পত্ৰ ৰাখিব লাগিব।
Local Language: চৰকাৰী অধিসূচনাত উল্লেখ কৰা অন্ততঃ এটা স্থানীয় ভাষা বা উপভাষাৰ জ্ঞান থকাটো বাধ্যতামূলক।
Desirable Qualification:চোৰাংচোৱা সম্পৰ্কীয় ক্ষেত্ৰভিত্তিক কামৰ পূৰ্বৰ অভিজ্ঞতা থকাটো বাঞ্ছনীয়।
✅আবেদনৰ মাচুল.
UR/OBC/EWS (পুৰুষ):-৬৫০/- টকা
অন্যান্য:- ৫৫০/- টকা
✅কেনেকৈ আৱেদন কৰিব?
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে Official IB Security Assistant নিযুক্তি পৰ্টেলৰ জৰিয়তে আৱেদন কৰিব পাৰিব।
✅গুৰুত্বপূৰ্ণ তাৰিখ।
অনলাইন আৱেদন আৰম্ভ হোৱাৰ তাৰিখ:-২৬/০৭/২০২৫
অনলাইন আৱেদন শেষ তাৰিখ:-১৭/০৮/২০২৫
✅গুৰুত্বপূৰ্ণ লিংকসমূহ।
Application Online Form:-Click here
Official Notification:- Click here
Official website:- Click here