EPFO Recruitment 2025 – 230 পদ, আৱেদন কৰক। - Assam Job Update

Assamjobsupdate.All govt and private jobs Results, Admit, Scholarship, results, Answers key,gk will be updated in this site.

Tuesday, July 29, 2025

EPFO Recruitment 2025 – 230 পদ, আৱেদন কৰক।

EPFO Recruitment 2025 – 230 পদ, আৱেদন কৰক।

EPFO Recruitment 2025


Union Public Service Commission (UPSC).

Last Date: 18/08/2025


কেন্দ্ৰীয় লোকসেৱা আয়োগে Employees Provident Fund Organization (EPFO), শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনত ২৩০টা Enforcement Officer/ Accounts Officer and Assistant Provident Fund Commissioner পদত নিযুক্তিৰ বাবে নিয়োগ জাননী প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আৱেদন কৰিব পাৰিব ৷


✅EPFO Recruitment Post Details


১/ Enforcement Officer/ Accounts Officer


পদৰ সংখ্যা: ১৫৬


শ্ৰেণী অনুসৰি খালী পদ:


# UR: 78


# EWS: 1


# OBC: 42


# SC: 23


# ST: 12


# PwBD: 9


বয়সৰ সীমা: শ্ৰেণী অনুসৰি উচ্চ বয়সৰ সীমা তলত উল্লেখ কৰা ধৰণে।


# UR/ EWS: 30


# OBC: 33


# SC/ ST: 35


# PwBD: 40


শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।


২/ Assistant Provident Fund Commissioner


পদৰ সংখ্যা: ৭৪


শ্ৰেণী অনুসৰি খালী পদ:


# UR: 32


# EWS: 7


# OBC: 28


# SC: 7


# PwBD: 3


বয়সৰ সীমা: শ্ৰেণী অনুসৰি উচ্চ বয়সৰ সীমা তলত উল্লেখ কৰা ধৰণে।


# UR/ EWS: 35


# OBC: 38


# SC/ ST: 40


# PwBD: 45


শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীয়ে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা যিকোনো বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।


Desirable: কোম্পানী আইন/শ্ৰম আইন/ৰাজহুৱা প্ৰশাসনত ডিপ্লমা।


✅আবেদন মাচুল:


# UR/ OBC: ২৫/- টকা।


# Female/ SC/ST/ Persons with Benchmark Disability: Nil


✅UPSC Recruitment ৰ বাবে কেনেকৈ আবেদন কৰিব ?


ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে UPSC অফিচিয়েল নিযুক্তি পৰ্টেলত গৈ অনলাইন মোডৰ জৰিয়তে এই খালী পদসমূহৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব।


✅গুৰুত্বপূৰ্ণ তাৰিখ


# অনলাইন আৱেদনৰ আৰম্ভণিৰ তাৰিখ: ২৯ জুলাই ২০২৫


# অনলাইন আৱেদনৰ অন্তিম তাৰিখ: ১৮ আগষ্ট ২০২৫


✅Important links


Application Online Form:- Click here


Official Advertisement:- Click here


Official website:- Click here