শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ Walk-In Interview – Data Entry Operator পদ মুকলি।

শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ Walk-In Interview – Data Entry Operator পদ মুকলি।


Civil hospital joysagar Recruitment 2025


Internal Performance Agreement (IPA)ৰ অধীনত শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ, শিৱসাগৰত তলত দিয়া পদৰ বাবে যোগ্য ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰা হৈছে। চুক্তিবদ্ধ ভিত্তিত ৬ (ছয়) মাহৰ বাবে এই engagement হ’ব।


📝 শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ, পদৰ বিৱৰণ:


পদৰ নাম: Data Entry Operator


পদৰ সংখ্যা:


Engagement Period: 6 Months (Contractual)


অৰ্হতা প্ৰয়োজনীয়:


– H.S. উত্তীৰ্ণ।

– Certificate/Diploma in Computer Applications


– Proficiency in data entry software


দৰমহা: ₹১১,০০০/- (নিৰ্দিষ্ট)


🔹 Walk-In Interview – Data Entry Operator


📍 স্থান: শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ, শিৱসাগৰ


📅 সাক্ষাৎকাৰৰ তাৰিখ: ০২ আগষ্ট ২০২৫ (শনিবাৰ)


🕙 সময়: পুৱা ১০:০০ বজাৰ পৰা


📌 Apply in Standard Form (Assam Gazette Part-IX)


📍 Submit To : অধীক্ষক, শিৱসাগৰ অসামৰিক চিকিৎসালয়, জয়সাগৰ, শিৱসাগৰ


⚠️ বি:দ্ৰ: প্ৰাৰ্থীসকলে প্ৰয়োজনীয় সকলো নথি-পত্ৰ লৈ ব্যক্তিগতভাৱে উপস্থিত থাকিব লাগিব।


অফিচিয়েল বিজ্ঞাপন ডাউনলোড কৰক।


Post a Comment

Previous Post Next Post

Popular Items