Indian Overseas Bank নিযুক্তি – ৭৫০ টা Apprentice পদ মুকলি হৈছে।

Indian Overseas Bank নিযুক্তি – ৭৫০ টা Apprentice পদ মুকলি হৈছে।


Indian Overseas Bank Recruitment 2025


Indian Overseas Bank.

Last Date: 20/08/2025.


ইণ্ডিয়ান অভাৰচিজ বেংকে এপ্ৰেণ্টিছ এক্ট, ১৯৬১ৰ অধীনত আৰু বেংকৰ এপ্ৰেণ্টিছশ্বিপ পলিচি অনুসৰি ৭৫০টা এপ্ৰেণ্টিছ পদত নিযুক্তিৰ বাবে নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব পাৰিব।


☑Indian Overseas Bank Post Details 


পদৰ নাম: এপ্ৰেণ্টিছ (Apprentice)


পদৰ সংখ্যা: ৭৫০টা ।


শ্ৰেণী অনুসৰি খালী পদ:


# SC: 169

# ST: 61

# OBC: 272

# EWS: 32

# UR: 216


অসমত পদৰ সংখ্যাঃ ৪ টা।


দৰমহা: Stipend/ per month


Metro: 15,000/-

Urban: 12,000/-

Semi-Urban / Rural: 10,000/-


☑Indian Overseas বেংক নিযুক্তিৰ যোগ্যতাৰ মাপকাঠী।


বয়সৰ সীমা: প্ৰাৰ্থীৰ বয়স নূন্যতম ২০ বছৰ আৰু সৰ্বোচ্চ ২৮ বছৰ হ’ব লাগিব। প্ৰাৰ্থীৰ জন্ম তাৰিখ ০১.০৮.১৯৯৭ আৰু ০১.০৮.২০০৫ৰ ভিতৰত হ’ব লাগে য’ত দুয়োটা তাৰিখ অন্তৰ্ভুক্ত।


বয়সৰ শিথিলতা: 


# SC/ST: 5 years

# OBC/ MOBC: 3 years

# PwBD: 10 years


শিক্ষাগত অৰ্হতা: প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰা স্নাতক হ’ব লাগিব।


ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ আঁচনিৰ অধীনত পঞ্জীয়ন কৰা প্ৰাৰ্থীসকলে স্নাতক ডিগ্ৰী লাভৰ ফলাফল ০১.০৪.২০২১ৰ পৰা ০১.০৮.২০২৫ৰ ভিতৰত ঘোষণা কৰা হ’ব লাগিব য’ত দুয়োটা তাৰিখ অন্তৰ্ভুক্ত থাকিব লাগিব।


☑আৱেদন মাচুল:

PwBD: Rs.472/-

Female / SC / ST: Rs.708/-

GEN / OBC / EWS: Rs.944/-


☑Indian Overseas বেংকৰ নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব ?


ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অফিচিয়েল ইণ্ডিয়ান অভাৰচিজ বেংকৰ নিযুক্তি পৰ্টেলত গৈ অনলাইন মোডৰ জৰিয়তে এই খালী পদসমূহৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।


☑গুৰুত্বপূৰ্ণ তাৰিখ সমূহ।


# অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখঃ ১০ আগষ্ট ২০২৫

# অনলাইন আৱেদনৰ অন্তিম তাৰিখঃ ২০ আগষ্ট ২০২৫

# অনলাইন পৰীক্ষাৰ তাৰিখ (Tentative): ২৪ আগষ্ট ২০২৫


☑Important links 


Application Online Form:- Click here 


Official Advertisement:- Click here 


Official website:- Click here 

Post a Comment

Previous Post Next Post

Popular Items