PHED নিযুক্তি ২০২৫ – ১৮৭ টা জুনিয়ৰ ইঞ্জিনিয়াৰ পদ মুকলি, অনলাইন আবেদন কৰক।
Public Health Engineering Department, Assam.
Last Date: 13/09/2025.
অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ (পি এইচ ই ডি)ত ১৮৭ জন কনিষ্ঠ অভিযন্তাৰ খালী পদত নিযুক্তিৰ বাবে এক নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে ইয়াত অনলাইন যোগে আৱেদন কৰিব পাৰিব।
☑PHED Post Details
পদৰ নাম: কনিষ্ঠ অভিযন্তা (অসামৰিক/ যান্ত্ৰিক/ বৈদ্যুতিক / ৰাসায়নিক)(Junior Engineer (Civil/ Mechanical/ Electrical / Chemical)
পদৰ সংখ্যাঃ ১৮৭টা পদ।
Branch-wise vacancy:
# Civil: 160 posts
# Mechanical: 10 posts
# Electrical: 7 posts
# Chemical: 10 posts
দৰমহাৰ: ১৪০০০/- টকাৰ পৰা ৭০০০০/- টকা, গ্ৰেড পে ৮৭০০/- টকা।
শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থীৰ AICTE ৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক বিভাগৰ নিজ নিজ শাখাত ৩ বছৰৰ ডিপ্লমা থাকিব লাগিব।
☑PHED নিযুক্তিৰ অন্যান্য মাপকাঠী সমূহ।
বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ কম আৰু ৩৮ বছৰৰ অধিক হ’ব নালাগিব।
বয়সৰ শিথিলতা:
# SC: 5 years
# ST: 5 years
# OBC/ MOBC: 3 years
# PwBD: 10 years
Resident-ship
(i) প্ৰাৰ্থীজন অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
(ii) প্ৰাৰ্থীয়ে আবেদন প্ৰ-পত্ৰৰ সৈতে বাসস্থানৰ প্ৰমাণ হিচাপে শিক্ষামূলক উদ্দেশ্যত অসমত জাৰি কৰা পি আৰ চি দাখিল কৰিব লাগিব।
অথবা
(iii) প্ৰাৰ্থীয়ে আবেদন পত্ৰৰ লগতে অসম ৰাজ্যত নিয়োগ বিনিময় পঞ্জীয়নৰ প্ৰমাণ পত্ৰ দেখুৱাব লাগিব ৷
Also read:-Assam Gas Company Ltd Recruitment 2025
☑আবেদন মাচুল:
General/EWS: 297.20
SC/ST/OBC/MOBC: 197.20
BPL/ PwBD: 47.20
☑PHED নিযুক্তিৰ বাবে কেনেকৈ আবেদন কৰিব ?
ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অসম লোকসেৱা আয়োগৰ চৰকাৰী নিযুক্তি পৰ্টেলত গৈ এই পদসমূহৰ বাবে অনলাইনযোগে আবেদন কৰিব পাৰিব।
☑PHED Assam Recruitment 2025 ৰ গুৰুত্বপূৰ্ণ তাৰিখ।
# অনলাইন আবেদন দাখিলৰ আৰম্ভণিৰ তাৰিখঃ ১৪ আগষ্ট ২০২৫
# অনলাইন আবেদন দাখিলৰ অন্তিম তাৰিখ: ১৩ ছেপ্টেম্বৰ ২০২৫
☑Important links
Application Online Form:- Click here
Official Advertisement:- Click here
Official website:- Click here