Assam Government Schemes 2026
Assam Govt Schemes 2026 List
1. Nijut Moina Asoni
এই আঁচনিৰ জৰিয়তে ছাত্রীসকলক financial assistance দিয়া হয় যাতে dropout rate কমে আৰু উচ্চ শিক্ষা লাভ কৰিব পাৰে।
2. Nijut Babu Asoni
অসম চৰকাৰে ছাত্রসকলৰ বাবে “Mukhya Mantrir Nijut Babu” scheme আৰম্ভ কৰিছে। Undergraduate students সকলে এই আঁচনিৰ অধীনত financial support লাভ কৰিব।
3. Orunodoi Scheme
অসমৰ দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক monthly financial assistance প্ৰদান কৰা হয়।
4. Mukhya Mantrir Jibon Prerana
শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত যুৱক-যুৱতীক career support আৰু financial assistance দিয়াৰ উদ্দেশ্যে এই scheme আৰম্ভ কৰা হৈছে।
5. Jibon Anuprerana Scheme
Research scholar আৰু বিশেষ শিক্ষাগত ক্ষেত্ৰৰ ছাত্র-ছাত্রীসকলক financial support দিয়াৰ বাবে এই আঁচনি চালু কৰা হৈছে।
6. Apun Bahan Scheme
Government employee সকলে সহজ শর্তত vehicle loan সুবিধা লাভ কৰিব পাৰে।
7. Apon Ghar Scheme
Government employee সকলে কম interest rate ত home loan সুবিধা লাভ কৰাৰ বাবে এই scheme আৰম্ভ কৰা হৈছিল।
8. Lakhpati Baideo Scheme
মহিলা Self Help Group (SHG) সদস্যসকলক স্বনিযুক্তি আৰু income generation ৰ বাবে financial support প্ৰদান কৰা হয়।
9. PMAY & Rural Development Schemes
গ্ৰামাঞ্চল উন্নয়ন, গৃহ নিৰ্মাণ আৰু infrastructure development ৰ বাবে বিভিন্ন Central আৰু State scheme চলি আছে।
Important Highlights
- Flagship welfare schemes continue in 2026
- Women empowerment আৰু student benefit schemes ত অধিক গুৰুত্ব
- DBT system ৰ জৰিয়তে Direct Bank Transfer সুবিধা
- Student, Women, Farmer আৰু Youth সকলে লাভ কৰিব বিভিন্ন সুবিধা
Q1. Assam Government Scheme 2026 কি?
অসম চৰকাৰৰ বিভিন্ন welfare আৰু benefit schemes সমূহক Assam Government Schemes 2026 বুলি কোৱা হয়।
Q2. Nijut Moina Scheme কোনে লাভ কৰিব?
Girl students সকলে এই scheme ৰ সুবিধা লাভ কৰিব পাৰে।
Q3. Orunodoi Scheme ৰ সুবিধা কি?
Eligible মহিলাসকলে monthly financial assistance লাভ কৰে।
Q4. Assam Govt Scheme ৰ latest update ক’ত পাব?
Latest Assam Govt Scheme update পাবলৈ www.assamjobsupdate.com website Visit কৰক।
অসম চৰকাৰৰ নতুন আঁচনি, চাকৰিৰ খবৰ, admission update আৰু govt notification পাবলৈ নিয়মিত আমাৰ website visit কৰক।

0 Comments