Bandhan Bank Recruitment 2026 – Walk-in Interview for Multiple Posts in Upper Assam

 

Bandhan Bank Recruitment 2026

Bandhan Bank Recruitment 2026 – Walk-in Interview for Multiple Posts in Upper Assam

Bandhan Bank Recruitment 2026: Bandhan Bank-এ Upper Assam-ত বিভিন্ন পদত নিয়োগৰ বাবে Walk-in Interview ঘোষণা কৰিছে। Fresher আৰু অভিজ্ঞ দুয়ো ধৰণৰ গ্ৰাজুৱেট প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

Overview

OrganizationBandhan Bank
Job TypePrivate Bank Job
Job LocationUpper Assam
Interview Date23 September 2026
Interview Time11:00 AM – 4:00 PM
Application ModeWalk-in Interview

Vacancy Details

  • Customer Relationship Officer / Teller
  • Branch Sales Manager
  • Assistant Branch Head
  • Branch Sales Executive
  • Senior Sales Executive

Eligibility Criteria

  • Customer Relationship Officer/Teller: Graduation + 2–4 years experience. Age: 25–35 years.
  • Branch Sales Manager: Graduation + 4–6 years experience. Age: 21–35 years.
  • Assistant Branch Head: Graduation + 4–6 years banking experience.
  • Branch Sales Executive: Graduation (Minimum 45%). Freshers Eligible. Age: 21–31 years.
  • Senior Sales Executive: Graduation + 1–3 years experience. Age: 21–31 years.

Important Dates

Walk-in Interview23 September 2026
Time11:00 AM – 4:00 PM

Interview Venue

Bandhan Bank, Jorhat Branch
KB Road, Opposite Gar Ali SBI Branch, Jorhat, Assam.

Documents Required

  • Updated CV/Resume
  • Graduation Certificates & Marksheet
  • Experience Certificate (if applicable)
  • Passport Size Photograph
  • Valid ID Proof

How to Apply?

  1. Updated CV আৰু সকলো প্ৰয়োজনীয় Documents লৈ যাওক।
  2. 23 September 2026 তাৰিখে 11 AM – 4 PM-ৰ ভিতৰত Jorhat Branch-ত উপস্থিত হওক।
  3. Walk-in Interview-ত অংশগ্ৰহণ কৰক।

Important Links

Official notification

FAQs

Q1. Freshers apply কৰিব পাৰিবনে?
✔️ হয়, Branch Sales Executive পদত।

Q2. Interview কেতিয়া?
✔️ 23 September 2026 (11 AM – 4 PM)।

Q3. Minimum Qualification কি?
✔️ Graduation.

Latest Jobs & Updates
Loading posts...
Assam Jobs
Loading...
Central Government Jobs
Loading...
Result
Loading...
Bank Jobs
Loading...
Private Jobs
Loading...
Admit Card
Loading...
Daily Current Affairs
Loading...

আমাৰ বিষয়ে

About Assam Jobs Update

Assam Jobs Update হৈছে অসমৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এক নিৰ্ভৰযোগ্য আৰু বিশ্বাসযোগ্য চাকৰি আৰু শিক্ষা-সম্পৰ্কীয় তথ্যৰ অনলাইন প্লেটফৰ্ম।

•

আমাৰ মূল লক্ষ্য হৈছে অসমৰ লগতে সমগ্ৰ ভাৰতৰ চৰকাৰী চাকৰি, কেন্দ্ৰীয় চৰকাৰী চাকৰি, বেচৰকাৰী চাকৰি, বিভিন্ন Recruitment, Admit Card, Result, Exam Update আদি গুৰুত্বপূৰ্ণ তথ্যসমূহ সহজ ভাষাত আৰু সঠিক সময়ত প্ৰাৰ্থীসকলৰ ওচৰত পোৱাই দিয়া।

ইয়াৰ উপৰিও আমি Daily Current Affairs, General Knowledge, MCQ, শিক্ষা-সম্পৰ্কীয় তথ্য আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰয়োজনীয় তথ্য নিয়মিতভাৱে প্ৰকাশ কৰি আহিছোঁ।

💼

চাকৰিৰ আপডেট

অসম আৰু কেন্দ্ৰীয় চৰকাৰৰ লগতে বেচৰকাৰী চাকৰিৰ শেহতীয়া খবৰ।

📋

সম্পূৰ্ণ তথ্য

যোগ্যতা, বয়সসীমা, খালী পদ, আবেদন প্ৰক্ৰিয়া আৰু গুৰুত্বপূৰ্ণ তাৰিখ।

📄

Official Info

Official Notification, Admit Card, Result আৰু Exam Update একে ঠাইতে।

🎓

শিক্ষা তথ্য

শিক্ষা-সম্পৰ্কীয় বিভিন্ন খবৰ আৰু গুৰুত্বপূৰ্ণ আপডেট।

✏️

Daily Current Affairs

প্ৰতিদিনৰ সাম্প্ৰতিক পৰিক্ৰমা, GK, MCQ আৰু অন্যান্য সহায়ক সামগ্ৰী।

👥

প্ৰাৰ্থীৰ বাবে সহায়

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সহায়ক তথ্য আৰু দিক-নিৰ্দেশনা।

Assam Jobs Update-ৰ উদ্দেশ্য হৈছে— চাকৰি আৰু পৰীক্ষাৰ প্ৰয়োজনীয় তথ্যসমূহ সঠিক সময়ত, সহজ ভাষাত আৰু একে ঠাইতে প্ৰাৰ্থীসকলৰ ওচৰত পোৱাই দিয়া।

★ আপোনাৰ সফলতাৰ যাত্ৰাত Assam Jobs Update সদায় আপোনাৰ সৈতে।